মহানগৰীৰ বৰাগাঁৱৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ উচ্চ অধ্যয়ন প্ৰতিষ্ঠানৰ ৪৬ তম্ প্ৰতিষ্ঠা দিৱস ।

দুদিনীয়াকৈ আয়োজন কৰা হৈছে ৪৬ তম্ প্ৰতিষ্ঠা দিৱসৰ ।

পুৱাই প্ৰতিষ্ঠানটোৰ সঞ্চালক আচিচ কুমাৰ মুখাৰ্জীয়ে পতাকা উত্তোলন কৰে ।

বিশেষ অতিথি হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয়ৰ সভাপতি ড•হৰ্ষ ভট্টাচাৰ্য, ড•এ মাওঁ ,সঞ্চালক
বোটানিকেল চাৰ্ভে অৱ ইণ্ডিয়া,( কোলকাতা), ড•ধ্ৰুৱজ্যোতি মণ্ডল, বিজ্ঞানী ডি এছ টি ভাৰত চৰকাৰৰ ।

বন্তি প্ৰজ্বলন কৰা হয় সঞ্চালক আৰু বিশিষ্ট অতিথিসকলৰ উপস্থিতত ।

প্ৰথমতেই প্ৰতিষ্ঠানটোৰ চিত্ৰ প্ৰদৰ্শন কৰা হয় ।

২০২৩/ ২০২৪ বৰ্ষৰ ১৩ জনকৈ গৱেষক ছাত্ৰ-ছাত্ৰীক পি এইছ ডি ডিগ্ৰী পোৱাৰ বাবে প্ৰমাণ পত্ৰৰ লগতে বঁটা প্ৰদান কৰে ।