৩ দিনৰ CBIৰ জিম্মালৈ প্ৰেৰণ স্বপ্ননীল দাসক ।

৩ দিনৰ CBIৰ জিম্মালৈ প্ৰেৰণ স্বপ্ননীল দাসক ।

আদালতত হাজিৰ কৰোৱাই স্বপ্ননীলক জিম্মাত ল’লে CBI-এ ।

দিছপুৰ থানাত ৯৩৪/২৪ নম্বৰত স্বপ্ননীলৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ ।

লাষ্টগেটত TFALনামেৰে প্ৰতিষ্ঠান খুলি ট্ৰেডিঙৰ প্ৰশিক্ষণ দিছিল স্বপ্ননীলে ।

দিছপুৰ থানাত ৰুজু হোৱা গোচৰটোত কেইবাদিনো
জিম্মাত লৈ জেৰা চলাইছিল আৰক্ষীয়ে ।

স্বপ্ননীলৰ পৰা পোৱা তথ্যসমূহ CBIলৈ হস্তান্তৰ কৰিছিল আৰক্ষীয়ে ।