• Home
  • দেশ
  • নাতি কেতন আগৰৱাল মৃ*ত্যুৰ খবৰ সহ্য কৰিব নোৱাৰি প্ৰাণ হেৰুৱালে কেতনৰ ককাদেউতাকে
Image

নাতি কেতন আগৰৱাল মৃ*ত্যুৰ খবৰ সহ্য কৰিব নোৱাৰি প্ৰাণ হেৰুৱালে কেতনৰ ককাদেউতাকে

নাতি কেতন আগৰৱাল মৃ*ত্যুৰ খবৰ সহ্য কৰিব নোৱাৰি প্ৰাণ হেৰুৱালে কেতনৰ ককাদেউতাকে

দেৱীচান্দ আগৰৱালেও ইহলীলা সম্বৰণ কৰে

নাতিয়েকক হেৰুওৱাৰ দুখত তেওঁ সম্পূৰ্ণৰূপে ভাঙি পৰিছিল

ঘটিছিল স্বাস্থ্যৰ দ্ৰুত অৱনতি

অসুস্থ হোৱাৰ বাবে তেওঁক পুনেৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল শনিবাৰে নিশা চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে

মৃত্যুৰ পূৰ্বে দিয়া অন্তিমবাৰৰ বাবে তেওঁ ক্ষোভেৰে কৈছিল যে, আপোন বুলি ভবা মানুহেই তেওঁলোকক চৰম প্ৰতাৰণা কৰিলে

আৰু অপৰাধী দুয়োকে যেন ফাঁচিৰ শাস্তি দিব লাগে

Releated Posts

আমিৰ খানৰ বাসগৃহত বিয়াৰ ৰমক জমক

তৃতীয় বাৰলৈ হিন্দু মহিলাৰ সৈতে নিকাহত বহিল আমিৰ খান ৬১ বছৰ বয়সত বান্ধৱী গৌৰী স্প্রাটৰ সৈতে নিকাহত বহিল…

ByByMahesh Malakar Jul 5, 2026

ৰাম মন্দিৰৰ পিছত এইবা কেদাৰনাথ আৰু বদ্ৰীনাথ ধামৰ দনপাত্ৰতো চোৰৰ চকু

ৰাম মন্দিৰৰ পিছত এইবা কেদাৰনাথ আৰু বদ্ৰীনাথ ধামৰ দনপাত্ৰতো চোৰৰ চকু ৰাম মন্দিৰৰ চুৰি কাণ্ডই সমগ্ৰ দেশ জোকাৰি…

ByByMahesh Malakar Jul 4, 2026

ভগৱান কৃষ্ণ, ৰাম আৰু সীতাই খাইছিল মাংস আৰু সুৰা

ভগৱান কৃষ্ণ, ৰাম আৰু সীতাই খাইছিল মাংস আৰু সুৰা পুনৰ সনাতনী ধৰ্মক অপমান ধ্ৰুৱ ৰাথিৰ ধ্ৰুৱ ৰাথিৰ আপত্তিজনক…

ByByMahesh Malakar Jul 4, 2026

কৰ্ণাটকৰ শিল কুঁৱৰীত ভয়ংকৰ ঘটনা

কৰ্ণাটকৰ শিল কুঁৱৰীত ভয়ংকৰ ঘটনাবিহাৰৰ ৭জনকৈ শ্ৰমিকৰ কৰুণ মৃত্যুওপৰৰ পৰা বৃহত্ আকাৰৰ শিল খহি মৃত্যু শ্ৰমিককেইজনৰকাম কৰি থকাৰ…

ByByMahesh Malakar Jul 2, 2026
Scroll to Top