হিন্দুত্বক প্ৰতিষ্ঠা কৰাৰ নামত চৰম সীমা অতিক্ৰম কৰিলে বিজেপি নেতাই
হিন্দুত্বক প্ৰতিষ্ঠা নে হিন্দুৰ বদনাম কৰিছে একাংশ হিন্দুত্ববাদীয়ে?
ধৰ্মৰ নামত অন্ধ হৈ বিজেপি নেতাই পাহৰি গ’ল মানৱতা
এজন মুছলমান বৃদ্ধ গৈছিল সামূহিক ভোজৰ অনুষ্ঠানলৈ
সামূহিক ভোজত উপস্থিত থকা বিজেপি নেতাক পুৰি খুজিছিল মুছলমান বৃদ্ধই
জয় শ্ৰী ৰাম ক’লেহে খাদ্য লাভ কৰিব বুলি বৃদ্ধজনক উভতি ধৰে বিজেপি নেতাজনে
উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থ নগৰত সংঘটিত হৈছে এই ঘটনা














