• Home
  • অসম
  • পুনৰ বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য
Image

পুনৰ বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য

পুনৰ বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য

খাৰুৱা তেলক লৈ আহিব পাৰে বেয়া খবৰ

নাটনি হ’ব পাৰে তেল আৰু গেছ

ইৰাণ-আমেৰিকাৰ যুদ্ধৰ ভয়ংকৰ প্ৰভাৱ পৰিব তৈল খণ্ডত

আন্তঃ ৰাষ্ট্ৰীয় বজাৰত অস্থিৰতাৰ সৃষ্টি

হৰমূজ জলদ্বীপ ছীল কৰি দিছে ইৰাণে

হৰমুজ জলদ্বীপৰে যাব নোৱাৰিব কোনো জাহাজ

জাহাজ দেখিলেই ইৰাণে কৰিব আক্ৰমণ

ভয়াৱহ আৰ্থিক সংকটত ভুগিব লগা হব পাৰে বিশ্ববাসীয়ে

Releated Posts

ধানৰ নামত পতান ওলালে ঠিকাদাৰক লগে লগে কৰা হ’ব Black Listed

ধানৰ নামত পতান ওলালে ঠিকাদাৰক লগে লগে কৰা হ’ব Black Listed ঠিকাদাৰৰ বিৰুদ্ধে ৰুজু হ’ব গোচৰ বীজ, সাৰক…

ByByMahesh Malakar Jun 14, 2026

ফিফা বিশ্বকাপত চুৰৰ উপদ্ৰৱ

ফিফা বিশ্বকাপত চুৰৰ উপদ্ৰৱ কেনেকৈ সংঘটিত হৈছিল ফিফা বিশ্বকাপত চুৰি কাণ্ড? আমেৰিকাৰ কানছাছ চিটিৰ পৰা চোৰে চুৰ কৰি…

ByByMahesh Malakar Jun 14, 2026

জাহিদৰ জানাজাত শ শ জনতা

জাহিদৰ জানাজাত শ শ জনতা ডক্তৰ হোৱাৰ সপোন পূৰণ নহল নলবাৰীৰ মেধাৱী ছাত্ৰ জাহিদ আলমৰ ডক্তৰ হোৱাৰ সপোন…

ByByMahesh Malakar Jun 14, 2026

খোজে প্ৰতি বিপদ গুৱাহাটী মহানগৰীত

খোজে প্ৰতি বিপদ গুৱাহাটী মহানগৰীত এজাক বৰষুণৰ পিছতেই নৱনিৰ্মিত চান্দমাৰী উৰণ সেঁতুত ভয়ংকৰ ঘটনা চান্দমাৰী উৰণ সেতু ইমানেই…

ByByMahesh Malakar Jun 13, 2026
Scroll to Top