Image

বিদ্যালয়ত নিষিদ্ধ মাংস ভক্ষণ ৫ ছাত্ৰৰ

বিদ্যালয়ত নিষিদ্ধ মাংস ভক্ষণ ৫ ছাত্ৰৰ

দুই হিন্দু ছাত্ৰকো গো মাংস ভক্ষণ কৰিবলৈ হেঁচা

ঘটনাৰ গাপ দিয়াৰ চেষ্টা বিদ্যালয় কৰ্তৃপক্ষৰ

গোৱালপাৰাৰ কৃষ্ণাইত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা

বিদ্যালয় ছুটীৰ পিছত হিন্দু ছাত্ৰ দুজনে এই ঘটনা পৰিয়ালক অৱগত কৰে

এই ঘটনাৰ পিছতে ভুক্তভোগী দুই ছাত্ৰৰ অভিভাৱকে কৃষ্ণাই থানাত নিশাই এজাহাৰ দাখিল কৰে

Releated Posts

ছ’চিয়েল মিডিয়াৰ পাছত ৰাজপথত ক’কৰোচ জনতা পাৰ্টি

ছ’চিয়েল মিডিয়াৰ পাছত ৰাজপথত ক’কৰোচ জনতা পাৰ্টি ক’কৰোচ জনতা পাৰ্টিৰ তীব্ৰ প্ৰতিবাদৰ কপি উঠিল ৰাজধানী দিল্লী নীট কেলেংকাৰী,শিক্ষামন্ত্ৰীৰ…

ByByMahesh Malakar Jun 6, 2026

সম্পূৰ্ণ হ’ল হিমন্ত মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠান

সম্পূৰ্ণ হ’ল হিমন্ত মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠান মন্ত্ৰী হিচাপে শপত ল’লে ১২ গৰাকী বিধায়কে নৱনিযুক্ত মন্ত্ৰীসকলক আজিয়েই দপ্তৰ…

ByByMahesh Malakar Jun 5, 2026

জ্যোতি-বিষ্ণু কলা মন্দিৰত ১২গৰাকী মন্ত্ৰীয়ে ল’ব শপত

জ্যোতি-বিষ্ণু কলা মন্দিৰত ১২গৰাকী মন্ত্ৰীয়ে ল’ব শপত ৫বছৰলৈ সাজু হৈ উঠিছে টীম হিমন্ত মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব অশোক…

ByByMahesh Malakar Jun 5, 2026

মৰাণ-মটকৰ গৰ্জনত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে উজনি অসম

মৰাণ-মটকৰ গৰ্জনত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে উজনি অসম তিনিচুকীয়া,ডিব্ৰুগড়ত ২৪ ঘণ্টীয়া বন্ধৰ প্ৰভাৱ বিজেপি চৰকাৰে আমাক চৰম প্ৰতাৰণা…

ByByMahesh Malakar Jun 5, 2026
Scroll to Top