• Home
  • অসম
  • মূল্যবৃদ্ধিয়ে জুৰুলা কৰা সময়তে ৰাজ্যত হোৰাহোৰে বাঢ়িল বাছ ভাড়া
Image

মূল্যবৃদ্ধিয়ে জুৰুলা কৰা সময়তে ৰাজ্যত হোৰাহোৰে বাঢ়িল বাছ ভাড়া

মূল্যবৃদ্ধিয়ে জুৰুলা কৰা সময়তে ৰাজ্যত হোৰাহোৰে বাঢ়িল বাছ ভাড়া

হঠা ১০০ৰ পৰা ১৫০ টকা বৃদ্ধি বাছৰ ভাড়া

তেলৰ দাম বৃদ্ধিৰ সুযোগ লৈ বৃদ্ধি বাছৰ ভাডা

ইটোৰ পিছত সিটোকৈ ৰামটাঙোন সাধাৰণ জনতাৰ মূৰত

এইবাৰ যাত্ৰীবাহী বাছে প্ৰকাশ কৰিলে বাছৰ ভাড়াৰ তালিকা

গুৱাহাটীৰ পৰা তেজপুৰলৈ ৪০০ৰ পৰিৱৰ্তে হলগৈ ৫০০ টকা

গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ৭০০ টকাৰ বিপৰীতে হলগৈ ৮০০ টকা

পূৰ্বৰ ভাড়াৰ বিপৰীতে ১০০ টকা পৰ্যন্ত বৃদ্ধি প্ৰতিটো ঠাইলৈ

Releated Posts

বহু জল্পনা কল্পনাৰ অন্তত ঘোষণা হ’ল অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ দিন

বহু জল্পনা কল্পনাৰ অন্তত ঘোষণা হ’ল অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ দিন ৫ জুনতেই অসমত শপত ল’ব নতুন মন্ত্ৰীসভাই মন্ত্ৰীসভাৰ…

ByByMahesh Malakar May 31, 2026

UCC গৃহীত হলেও থাকিব পাৰিব লিভ-ইন-ৰিলেচনশ্বীপত

UCC গৃহীত হলেও থাকিব পাৰিব লিভ-ইন-ৰিলেচনশ্বীপত লিভ-ইনত থাকিবলৈ মানিব লাগিব কেইটামান বিশেষ নিৰ্দেশ ১০টা নিৰ্দেশ মানি চলিলে আপুনিও…

ByByMahesh Malakar May 29, 2026

ডিমৰীয়াত দুৰ্ঘটনাগ্ৰস্ত হোৱাবাহনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা পৰিচয় পত্ৰ

ডিমৰীয়াত দুৰ্ঘটনাগ্ৰস্ত হোৱাবাহনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা পৰিচয় পত্ৰ পৰিচয় পত্ৰৰ ভিত্তিত মৃ*ত দুজন ব্যক্তি এগৰাকী ত্ৰিপুৰা শান্তিনিকেতন…

ByByMahesh Malakar May 29, 2026

ৰাজ্যবাসীক উৎকট গৰমে দহি থকাৰ সময়তে গাহৰি প্ৰেমীৰ বাবে বেয়া খবৰ

ৰাজ্যবাসীক উৎকট গৰমে দহি থকাৰ সময়তে গাহৰি প্ৰেমীৰ বাবে বেয়া খবৰ অসমত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে আফ্ৰিকান ছোৱাইন…

ByByMahesh Malakar May 29, 2026
Scroll to Top