আজি নগাঁও জিলাৰ ৰহা সমষ্টিত বহুকেইতা পথৰ আধাৰশিলা স্থাপন…

আজি নগাঁও জিলাৰ ৰহা সমষ্টিত বহুকেইতা পথৰ আধাৰশিলা স্থাপন….বিধায়ক শশী কান্ত দাসৰ
নগাঁও জিলাৰ ৰহা সমষ্টিত Sopd-G (GWC) আচনিৰ অধীনত ৰহা বাৰপূজীয়া পথ,পলাশবাৰী নামঘৰ তিনিআলিৰ পৰা পলাশবাৰী গাওঁ সংযোগী পথ,

ডিমৌ ৰাইদ ৰাইদঙ্গীয়া পথৰ শিৱ মন্দিৰৰ পৰা উত্তৰ পেটবঢ়া গাওলৈ সংযোগী পথকে ধৰি লোক নিৰ্মাণ পথ বিভাগৰ আধাৰশিলা স্থাপন কৰে ৰহা সমষ্টিৰ বিধায়ক শশী কান্ত দাসে,লগত উপস্থিত থাকে লোক নিৰ্মাণ বিভাগৰ বিষয় -ববীয়া সকল ,সমাজ সেৱক জনাৰ্দ্দন শইকীয়া,ক্ষীৰোদ লস্কৰ, ৰহা বাৰপূজীয়া বিজেপি মণ্ডলৰ সভাপতি নিলোটপল লাহন আৰু স্থানীয় গণ্যমান্য ব্যক্তি সকল উপস্থিত থাকে।