শৰাইঘাট দলংত ভয়ংকৰ পথ দুৰ্ঘটনা|থিতাতে নিহত এজন…

শৰাইঘাট দলংত ভয়ংকৰ পথ দুৰ্ঘটনা|থিতাতে নিহত এজন|জালুকবাৰীৰ পৰা চাইকেল চলাই আমিনগাঁও অভিমুখে গৈ আছিল লোকজন|

মৃত লোক জন Security ৰূপে কৰ্মৰত আছিল।জালুকবাৰী যান বাহন আৰক্ষীয়ে আটক কৰে ডাম্পাৰ চালক জনক।ডাম্পাৰ চালক জনৰ নাম জামাল আলী ঘৰকামৰূপৰ নগৰবেৰাত।জানিব পৰা মতে দাম্পাৰ ছালক জনৰ Licence নোহোৱাকৈ দাম্পাৰ চলাই আহিছিল।মৃত ব্যক্তিজনৰ পৰিচয় জানিব পৰা হোৱা নাই।