দেশত হ’ব নেকি লকডাউন?
কিয় বাৰে বাৰে সংকটৰ কথা দোহাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
বন্ধ হ’ব নেকি সাৰুৱা তেলৰ যোগান ?
দেশবাসীক সময় থাকোঁতেই কিয় সাৱধান হবলৈ আহ্বান জনালে মোদীয়ে
প্ৰধানমন্ত্ৰীৰ ইটোৰ পিছত সিটোকৈ আহ্বানৰ পিছতেই
নেতা মন্ত্ৰী সকল হৈছে সজাগ
এইবাৰ প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি উপ-মুখ্যমন্ত্ৰীৰ
কনভয় এৰি ৰে’লেৰে যাত্ৰা কৰিলে ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী দিয়া কুমাৰীয়ে
কি হ’বলৈ গৈ আছে ভাৰতৰ পৰিস্থিতি?














