বজালীৰ মেট্ৰিক পৰীক্ষা কেন্দ্ৰত ভুৱা পৰীক্ষার্থী আটক…

বজালীৰ মেট্ৰিক পৰীক্ষা কেন্দ্ৰত ভুৱা পৰীক্ষার্থী আটক

দাতিৰবড়ী কৰাগাড়ী উচ্চতৰ মাধ্যমিক বিদ্যালয় ভুৱা পৰীক্ষার্থী আটক

অসৎ উপায়েৰে উলিয়াই লৈছিল ভুৱা এডমিট কার্ড

হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্র ধৃত হাৰুনাৰ ৰসিদ ভুৱা

এডমিট কার্ড দেখুৱাই আৰক্ষীত চাকৰি লোৱাৰ পৰিকল্পনা আছিল হাৰনাৰৰ

ঘটনাত জড়িত বিদ্যালয়খনৰ প্রধান শিক্ষক মহিৰ উদ্দিন

বিদ্যালয়খনৰ পৰীক্ষা নিয়ন্ত্ৰণৰ দায়িত্বত অধ্যাপক অৰূপ দাস

হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয়ৰ অধ্যাপক অৰূপ দাস

অধ্যাপক অৰূপ দাসৰে প্ৰাক্তন ছাত্র ধৃত ভুৱা পৰীক্ষার্থী হাৰুনাৰ ৰসিদ

পূর্বেও কেন্দ্ৰটোৰ বিৰুদ্ধে নকল যোগান ধৰাৰ আছিল অভিযোগ