অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ গোচৰত জামিন পালে পৱন খেড়াই
উচ্চতম ন্যায়ালয়ৰ পৰা অগ্ৰীম জামিন লাভ কৰিলে পৱন খেড়াই
কিছু দিন পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰা নাছিল
ছুপ্ৰীম ক’ৰ্টৰ কাষ চাপিছিল পৱন খেড়া
অৱশেষত জামিন লাভ কৰিলে পৱন খেড়াই












