উত্তৰ গুৱাহাটী ৰজাদুৱাৰ ফেৰী ঘাটত অঘটন ।ভূটভূটীৰ পৰা ব্ৰহ্মপুত্ৰত জাপ এজন যাত্ৰীৰ ।

যাত্ৰীজন কেৰেলাৰ Vincent,বয়স (49)বুলি জানিব পৰা গৈছে ।
এখন ব্যক্তিগত জাহাজ নিৰ্মাণৰ বাবে আহিছিল লোকজন ।
বৰ্তমানেও নিখোজ লোকজন ।
পেছাত এগৰাকী কাঠমিস্ত্ৰী আছিল ।
লোকজনক বিচাৰি SDRFএ অভিযান আৰম্ভ কৰিছে ।
ভূটভূটীখনত মুঠ ৫ জন যাত্ৰী আছিল ।
আটাইকেইজনৰ ঘৰ কেৰেলাত ।
কেৰেলাৰ পৰা আজি উত্তৰ গুৱাহাটী ৰজাদুৱাৰ ফেৰী ঘাটলৈ আহিছিল লোককেইজন ।
২০১৮ চনৰ ৫ ছেপ্টেম্বৰৰ পৰা বন্ধ থকা ভূটভূটী গুৱাহাটীত
কেনেদৰে চলিব পালে এই লৈ ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে ।