Image

বিজেপি ত্যাগ কৰিলে অমিয় কুমাৰ ভূঞাই

  • বিজেপি ত্যাগ কৰিলে অমিয় কুমাৰ ভূঞাই
  • বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ
  • টিকট নোপোৱাৰ ক্ষোভত দলত্যাগ কৰে ভূঞাই
  • শীর্ষ নেতৃত্বলৈ পদত্যাগ পত্ৰ প্ৰেৰণ ভূঞাৰ
  • বিহপুৰীয়াত নিৰ্দলীয়ৰূপে নিৰ্বাচনত অৱতীৰ্ণ হ’ব ভূঞা
  • অমিয় কুমাৰ ভূঞাই সোমবাৰে দাখিল কৰিব মনোনয়ন পত্ৰ
  • সংবাদমেলযোগে এই কথা সদৰি কৰিলে বিধায়কগৰাকীয়ে

Releated Posts

৭টা সমষ্টিৰ বাবে প্ৰদেশ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা

কাইলৈ বিধানসভা নিৰ্বাচন মনোনয়নৰ দাখিল অন্তিম দিন। অৱশেষত মনোনয়ন দাখিলৰ অন্তিম দিনাৰ পূৰ্বে প্ৰকাশ পালে কংগ্ৰেছৰ চতুৰ্থখন প্ৰাৰ্থী…

ByByMahesh Malakar Mar 22, 2026

তৃণমূল কংগ্ৰেছৰ দ্বিতীয় প্ৰাৰ্থীৰ তালিকা

তৃণমূল কংগ্ৰেছৰ দ্বিতীয় প্ৰাৰ্থীৰ তালিকা হাজো-শুৱালকুছি- ৰৌজি আহমেদ ( ফুনু দাস) মন্দিয়া- শ্বেৰমান আলী আহমেদ মধ্য গুৱাহাটী: অভিজিৎ…

ByByMahesh Malakar Mar 22, 2026

৭টা সমষ্টিত প্ৰাৰ্থিত্ব দি কংগ্ৰেছে প্ৰকাশ কৰিলে চতুৰ্থখন তালিকা

১১টা সমষ্টি ৰাইজৰ দলক এৰি ৭টা সমষ্টিত প্ৰাৰ্থিত্ব দি কংগ্ৰেছে প্ৰকাশ কৰিলে চতুৰ্থখন তালিকা জালুকবাৰী: বিদিশা নেওগ টংলা…

ByByMahesh Malakar Mar 21, 2026

ঘোষণা হ’ল বিজেপিৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা

ঘোষণা হ’ল বিজেপিৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা দলগাঁও সমষ্টিত বিজেপিৰ প্ৰাৰ্থী সুশ্ৰী কৃষ্ণ সাহা বহু প্ৰত্যাশিত চিচিবৰগাঁওত বিজেপিৰ প্ৰাৰ্থী…

ByByMahesh Malakar Mar 21, 2026
Scroll to Top