- আজি গুৱাহাটীস্থিত বাজপেয়ী ভৱনত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে তিনি বিধায়কে। গেৰুৱা বসন পিন্ধিলে কমলাক্ষ দে পুৰকায়স্থ, শশীকান্ত দাস আৰু বসন্ত দাসে। কংগ্ৰেছৰ প্ৰাক্তন বিধায়িকা উত্তৰা কলিতাৰ পুত্ৰ পর্শ বব কলিতা। কমলপুৰৰ TMCৰ প্রার্থিত্ব প্ৰত্যাশী কংকন নাথেও আজি যোগদান কৰে বিজেপিত।বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকা, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, বিধায়ক মানৱ ডেকাৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ উপস্থিতিত বিজেপিত যোগদান কৰে তিনি বিধায়কে।

আজি বিজেপিত যোগদান কৰিলে তিনি কংগ্ৰেছী বিধায়কে
Tags:
Releated Posts
APSCৰ কোচিং চেণ্টাৰক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য
ধবাৰে অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলক নিযুক্তিপত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে …
গৌৰৱ গগৈৰ পৰা ৫০ হাজাৰ টিকটৰ টকা ঘূৰাই বিচাৰিলে লুইত কুমাৰ বৰ্মনে
গৌৰৱ গগৈৰ পৰা ৫০ হাজাৰ টিকটৰ টকা ঘূৰাই বিচাৰিলে লুইত কুমাৰ বৰ্মনে দিছপুৰ সমষ্টিৰ পৰা টিকট বিচাৰি আবেদন…
আজি হোলী পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ
আজি হোলী পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ অসমতো হ’ব দৃশ্যমান গ্ৰহণ আৰম্ভ হ’ব বিয়লি ২.১৪ মিনিটৰ পৰা আংশিক গ্ৰহণ আৰম্ভ হ’ব…
জুবিন গাৰ্গ গোচৰ আৰু শ্য়ামকানু মহন্তৰ বেংক একাউণ্ট পুনৰাই খোলাৰ নিৰ্দেশ আদালতৰ
সোমবাৰে গুৱাহাটীৰ কামৰূপ মেট্ৰ’পলিটান আদালতে জুবিন গাৰ্গৰ হত্যাৰ গোচৰত আদালতে শ্যামকানু মহন্তৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ দিলে,…












