হিয়াৰ আমঠু জুবিন গাৰ্গলৈ ফিল্মফেয়াৰ বঁটা-২০২৬
তিনিটাকৈ সন্মানেৰে সন্মানিত হৈছে শিল্পীগৰাকী
মৰণোত্তৰভাৱে জুবিন গাৰ্গক প্ৰদান কৰে শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী(পুৰুষ) বঁটা, জীৱনজোৰা সাধনা বঁটা আৰু ‘ৰৈ ৰৈ বিনালে’ ছবিৰ বাবে বিশেষ সন্মান
শিল্পীগৰাকীৰ কায়িকভাৱে নথকাত পত্নী গৰিমা গাৰ্গ আৰু পিতৃয়ে গ্ৰহণ কৰে এই সন্মান













