• Home
  • অসম
  • সকলোৰে প্ৰিয় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি ওপজা দিন
Image

সকলোৰে প্ৰিয় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি ওপজা দিন

সকলোৰে প্ৰিয় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি ওপজা দিন

৫৭ বছৰীয়া হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰীক ওপজা দিনৰ শুভেচ্ছা দিবলৈ বাসগৃহৰ সন্মুখত অগণন অনুৰাগী

কোনোৱে যদি দিছে ১৩০০০ টকীয়া কলম

আন কোনোৱে আনিছে গণেশৰ মূৰ্তি হনুমানৰ গদা

হাজাৰ হাজাৰ অনুৰাগীয়ে মাজনিশাই মুখ্যমন্ত্ৰীক জনালে শুভেচ্ছা

কোনোৱে যদি আনিছে ফুলৰ থোপা

কোনোৱে ১৩ হাজাৰ টকীয়া কলম দিলেহি মুখ্যমন্ত্ৰীক

কোনোৱে আলিংগন, কোনোৱে ভৰি চুই ল’লে আশীৰ্বাদ

নিশা মুখ্যমন্ত্ৰীৰ বাসভৱনত সৃষ্টি হ’ল উখল-মাখল পৰিবেশ

অনুৰাগীৰ মৰম দেখি অভিভূত হৈ পৰিল মুখ্যমন্ত্ৰী

Releated Posts

আজি পুৱাৰে পৰা বৰাকত চলিছে প্ৰশাসনৰ হাতোৰা

আজি পুৱাৰে পৰা বৰাকত চলিছে প্ৰশাসনৰ হাতোৰা বেদখলকাৰীৰ বিৰুদ্ধে বৰাকত আৰম্ভ প্ৰশাসনৰ উচ্ছেদ অভিযা পুৱা ৭ বজাৰ পৰাই…

ByByMahesh Malakar Feb 2, 2026

অখিল গগৈৰ চৰকাৰ অসমত পাঁচশ বছৰ পিছতো নাহে

অখিল গগৈৰ চৰকাৰ অসমত পাঁচশ বছৰ পিছতো নাহে। আহিলে বাংলাদেশ বা পাকিস্তানত আহিব অখিল গগৈৰ চৰকাৰ। ৮ তাৰিখে…

ByByMahesh Malakar Feb 2, 2026

পুনৰ মুখ থেকেচা জুবিন ঘটনাৰ ৩ অভিযুক্তৰ

পুনৰ মুখ থেকেচা জুবিন ঘটনাৰ ৩ অভিযুক্তৰ নাকচ হ’ল জুবিন গাৰ্গৰ হত্যাৰ অন্যতম অভিযুক্ত অমৃতপ্রভা মহন্তৰ জামিন আদালতে…

ByByMahesh Malakar Jan 30, 2026

জুবিন ঘটনাৰে জড়িত অভিযুক্তই পাব নেকি জামিন

জুবিন ঘটনাৰে জড়িত অভিযুক্তই পাব নেকি জামিন আজি আদালতত জুবিন ঘটনাৰ গুৰুত্বপূৰ্ণ শুনানি জুবিন ঘটনাৰ ৩ অভিযুক্তৰ ৰায়দান…

ByByMahesh Malakar Jan 30, 2026
Scroll to Top