• Home
  • অসম
  • দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
Image

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।

নিশা ৯ বজাত ডিব্ৰুগড়ত উপস্থিত হ’ব গৃহমন্ত্ৰীগৰাকী

নিশাটো ডিব্ৰুগড়ৰ মনোহাৰী ৰিজ’ৰ্টত কটাব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে

শুকুৰবাৰে দিনৰ ১১ বজাত ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰৰ এক জনসভাত অংশগ্ৰহণ কৰিব

তাৰ পাছতে তেওঁ ধেমাজিৰ মিছিং জনগোষ্ঠীৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি

পুনৰ বিয়লি মোহনবাৰী বিমানবন্দৰৰ পৰা গুৱাহাটীলৈ উভতিব

মুকলি কৰিব ১৫,০০০ আসনযুক্ত খনিকৰ বহুমুখী ক্ৰীড়া প্ৰকল্পৰ

ডিব্ৰুগড়ৰ বিধানসভা চৌহদ তথা বিধায়ক আৱাসৰো শিলান্যাস কৰিব শ্বাহে

চাবুৱাৰ মুলুক গাঁৱত স্থাপন হ’বলগীয়া বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠানৰ শিলান্যাস ক

ডিব্ৰুগড়ৰ খনিকৰ বহুমুখী ক্ৰীড়া প্ৰকল্পৰ মূল ষ্টেডিয়ামৰ আসনৰ সংখ্যা ৫০০০ৰ পৰা ৩৫,০০০লৈ বৃদ্ধিৰ আধাৰশিলা স্থাপন কৰিব

অসমৰ জলাভূমিৰ পুনৰুদ্ধাৰ আৰু পুনৰুজ্জীৱিতকৰণৰ আধাৰশিলাও স্থাপন কৰিব

Releated Posts

অথলে গ’ল বৈভৱ সূৰ্যবংশীৰ দৰ্শনীয় ইনিংছ

অথলে গ’ল বৈভৱ সূৰ্যবংশীৰ দৰ্শনীয় ইনিংছ হাজাৰ কষ্টৰেও সপোন জয় কৰিব নোৱাৰিলে বৈভৱে এটাৰ পিছত আন এটা ৰেকৰ্ড…

ByByMahesh Malakar May 30, 2026

১৫ হাজাৰ টকাত বাংলাদেশী হৈ পৰে ভাৰতীয়

১৫ হাজাৰ টকাত বাংলাদেশী হৈ পৰে ভাৰতীয় মাত্ৰ ১৫ হাজাৰ টকা দিলেই এৰাতিৰ ভিতৰত বাংলাদেশী হৈ পৰে ভাৰতীয়…

ByByMahesh Malakar May 30, 2026

১৫ হাজাৰ টকাত বাংলাদেশী হৈ পৰে ভাৰতীয়

১৫ হাজাৰ টকাত বাংলাদেশী হৈ পৰে ভাৰতীয় মাত্ৰ ১৫ হাজাৰ টকা দিলেই এৰাতিৰ ভিতৰত বাংলাদেশী হৈ পৰে ভাৰতীয়…

ByByMahesh Malakar May 30, 2026

বিজেপি চৰকাৰে কাটিলে ২২ লাখ মহিলা হিতাধীকাৰীৰ নাম

বিজেপি চৰকাৰে কাটিলে ২২ লাখ মহিলা হিতাধীকাৰীৰ নাম আঁচনি দিবলৈ ধন নাই চৰকাৰৰ হাতত পশ্চিমবংগত বিজেপিৰ চৰকাৰে কাটিলে…

ByByMahesh Malakar May 30, 2026
Scroll to Top