আজি গেৰুৱা বস্ত্ৰ পৰিধান কৰিব আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই
আজি বিজেপিত বৃহৎ যোগদান কাৰ্যসূচী
আজি বিজেপি দলত যোগদান কৰিব আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই।
আজি সন্ধিয়া শংকৰজ্যোতি বৰুৱাই যোগ দিব বিজেপিত।
শংকৰজ্যোতিসহ আৰু ১৮ গৰাকীলোকে যোগদান কৰিব বিজেপিত।
শংকৰজ্যোতি বৰুৱাৰ সৈতে বহুকেইজন প্ৰাক্তন আছু নেতাই যোগদান কৰিব বিজেপি দলত।
আছুৰ ৭ জনকৈ প্ৰাক্তন নেতাৰ লগতে কেইবাগৰাকীও নেতাই যোগ দিব বিজেপিত।













