• Home
  • অসম
  • আজি অসম চৰকাৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান
Image

আজি অসম চৰকাৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান

আজি অসম চৰকাৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান।

২ লাখ নিযুক্তিৰ লক্ষ্য সম্পন্নৰ দিশে ৰাজ্য চৰকাৰ।

বিভিন্ন বিভাগৰ অধীনত চতুৰ্থবৰ্গৰ পদত নিযুক্তি।

গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

আজি প্ৰদান কৰিব ADREৰ ৪ৰ্থ বৰ্গৰ নিযুক্তি পত্ৰ ৪,৩৭৪ৰো অধিক চাকৰি প্ৰাৰ্থীক দিয়া হ’ব নিযুক্তি পত্ৰ।

Releated Posts

বিভক্ত হবলৈ ওলাইছে ৰাজ্যিক বিজেপি

বিভক্ত হবলৈ ওলাইছে ৰাজ্যিক বিজেপি ২৭ জুনত দ্বিবিভক্ত হ’ব বিজেপি নতুন বিজেপি বনাম পুৰনি বিজেপি গঠন হব নেকি…

ByByMahesh Malakar Jun 15, 2026

হঠাৎ মুছলমানৰ প্ৰতি প্ৰেম চিতু বৰুৱাৰ

হঠাৎ মুছলমানৰ প্ৰতি প্ৰেম চিতু বৰুৱাৰ আজান বন্ধ কৰিব বিচৰা সকলৰ জধা মূৰ্খ আখ্যা এইবাৰ অসমীয়া নহয় মুছ…

ByByMahesh Malakar Jun 15, 2026

চৰকাৰী আঁচনিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

চৰকাৰী আঁচনিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰেচনৰ পৰা লৈ বিভিন্ন আচনিকলৈকে কৰিলে বৃহৎ ঘোষণা চৰকাৰী…

ByByMahesh Malakar Jun 15, 2026

শিৱসাগৰৰ শিলাকুটী ভকত গাঁৱত ভয়ংকৰ ঘটনা

শিৱসাগৰৰ শিলাকুটী ভকত গাঁৱত ভয়ংকৰ ঘটনা ONGCৰ গেছ পৰিবাহী পাইপ ফাটি অহৰহ নিৰ্গত গেছ যিকোনো মূহুৰ্তত সংঘটিত হ’ব…

ByByMahesh Malakar Jun 15, 2026
Scroll to Top