• Home
  • অসম
  • ৰাজ্যত ১০ জানুৱাৰীৰ পূৰ্বে হ’ব ADREৰ চতুৰ্থ বৰ্গৰ নিযুক্তি
Image

ৰাজ্যত ১০ জানুৱাৰীৰ পূৰ্বে হ’ব ADREৰ চতুৰ্থ বৰ্গৰ নিযুক্তি

ৰাজ্যত ১০ জানুৱাৰীৰ পূৰ্বে হ’ব ADREৰ চতুৰ্থ বৰ্গৰ নিযুক্তি।

১৫ জানুৱাৰীৰ আশে-পাশে হ’ব ADREৰ তৃতীয় বৰ্গৰ নিযুক্তি।

১০ ফেব্ৰুৱাৰীৰ ভিতৰত অন্যান বিভাগত হ’ব নিযুক্তি।

২২ ডিচেম্বৰত স্বাস্থ্য বিভাগৰ সাধাৰণ নিযুক্তি।

২৩ ডিচেম্বৰত চাহ বাগিচাৰ প্ৰাৰ্থীৰ বাবে স্বাস্থ্য বিভাগত নিযুক্তি।

এটাও গোচৰ দাখিল নোহোৱাকৈ সম্পন্ন ডেৰ লাখ নিযুক্তি।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰ ঘোষণা।

৫বছৰত ৰাজ্যত অভিলেখ সংখ্যক নিযুক্তি মোৰ বাবে বিশেষ প্ৰাপ্তি বুলিও কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Releated Posts

মুখ্যমন্ত্ৰীৰ অভিযোগৰ আজি প্ৰত্যুত্তৰ দিব গৌৰৱ গগৈয়ে

বহু অপেক্ষাৰ অন্তত দেওঁবাৰে ৰাজহুৱা হ’ল গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ তথ্য পাক লিংকৰ তথ্য দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে গৌৰৱ…

ByByMahesh Malakar Feb 9, 2026

সংবাদমেলত গৌৰৱৰ পাকিস্তান লিংক সন্দৰ্ভত এটাৰ পিছত আনটো বিস্ফোৰণ মুখ্যমন্ত্ৰীৰ

১০.৩০ বজাৰ আৰম্ভ হ’ল গৌৰৱ গগৈৰ পাকিস্তান লিংকক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সংবাদমেল সংবাদমেলত গৌৰৱৰ পাকিস্তান লিংক সন্দৰ্ভত এটাৰ পিছত…

ByByMahesh Malakar Feb 8, 2026

আৰু মাত্ৰ কেইটামান ক্ষণ ১০.৩০ বজাৰ লগে লগে গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ বিস্ফোৰণ ঘটাব মুখ্যমন্ত্ৰীয়ে

আৰু মাত্ৰ কেইটামান ক্ষণ প ১০.৩০ বজাৰ লগে লগে গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ বিস্ফোৰণ ঘটাব মুখ্যমন্ত্ৰীয়ে গৌৰৱ…

ByByMahesh Malakar Feb 8, 2026

কেইটামান ক্ষণ ১০.৩০ বজাৰ লগে লগে গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ বিস্ফোৰণ ঘটাব মুখ্যমন্ত্ৰীয়ে

আৰু মাত্ৰ কেইটামান ক্ষণ প ১০.৩০ বজাৰ লগে লগে গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ বিস্ফোৰণ ঘটাব মুখ্যমন্ত্ৰীয়ে গৌৰৱ…

ByByMahesh Malakar Feb 8, 2026
Scroll to Top