• Home
  • অসম
  • আজি বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্ট মেচৰ দ্বিতীয়টো দিন

আজি বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্ট মেচৰ দ্বিতীয়টো দিন

আজি বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্ট মেচৰ দ্বিতীয়টো দিন।

পুৱা ৯ বজাৰ পৰা আৰম্ভ দ্বিতীয় দিনৰ খেল।

২৪৭ ৰানৰ পৰা খেল আৰম্ভ দক্ষিণ আফ্ৰিকাৰ।

টছত জিকি বেটিঙৰ সিদ্ধান্ত দক্ষিণ আফ্ৰিকাৰ।

চলিত শৃংখলাটোত ইতিমধ্যে ১-০ত পিছ পৰি আছে ভাৰত।

মেচখনত জয়েৰে শৃংখলাত সমতা স্থাপনৰ লক্ষ্য টীম ইণ্ডিয়াৰ।

Releated Posts

ইৰাণ-আমেৰিকাৰ বাৰ্তালাপ বিফল

ইৰাণ-আমেৰিকাৰ বাৰ্তালাপ বিফল আমেৰিকাৰ এটাও চৰ্ত মানি নল’লে ইৰাণে অমীমাংসিত হৈ ৰ’ল ইৰাণ-আমেৰিকাৰ বাৰ্তালাপ ইছলামাবাদৰ পৰা নাহিল ভাল…

ByByMahesh Malakar Apr 12, 2026

নিশা স্বামীহাৰা মহিলাক ফোন কৰি অৰুণোদয়, উদ্যমিতা কৰ্তনৰ ভাবুকি বিজেপি নেতাৰ

নিশা স্বামীহাৰা মহিলাক ফোন কৰি অৰুণোদয়, উদ্যমিতা কৰ্তনৰ ভাবুকি বিজেপি নেতাৰ বিজেপি কাৰ্যালয়ৰ পৰা ফোন কৰা বুলি উল্লেখ…

ByByMahesh Malakar Apr 12, 2026

জাগীৰোডত ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীভৰ্তি ট্ৰেভেলাৰ

জাগীৰোডত ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীভৰ্তি ট্ৰেভেলাৰ গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী ট্ৰেভেলাৰৰ সৈতে ভুল দিশেৰে অহা ট্ৰাকৰ মুখামুখি সংঘৰ্ষ…

ByByMahesh Malakar Apr 12, 2026

জনপ্ৰিয় কণ্ঠশিল্পী আশা ভোছলেৰ দেহাৱসান

জনপ্ৰিয় কণ্ঠশিল্পী আশা ভোছলেৰ দেহাৱসান ৯২ বছৰ বয়সত মুম্বাইৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ হৃদৰোগত আক্ৰান্ত হৈছিল আশা ভোছলে…

ByByMahesh Malakar Apr 12, 2026
Scroll to Top