• Home
  • অপৰাধনামা
  • দিল্লী বিস্ফোৰণক লৈ সামাজিক মাধ্যমত সন্তুষ্টি প্ৰকাশ কৰা ১৫ জনক গ্ৰেপ্তাৰ
Image

দিল্লী বিস্ফোৰণক লৈ সামাজিক মাধ্যমত সন্তুষ্টি প্ৰকাশ কৰা ১৫ জনক গ্ৰেপ্তাৰ

দেশৰ ৰাজধানী দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত ভয়ংকৰ বিস্ফোৰণৰ তদন্ত দেশজুৰি অব্যাহত আছে। ইয়াৰ মাজতে সন্ত্রাসবাদীৰ এনে কাৰ্যত প্রত্যক্ষ আৰু পৰোক্ষভাৱে সমর্থন জনোৱাৰ অভিযোগ উঠিছে অসমৰ একাংশ লোকৰ বিৰুদ্ধে।

এনে সকল লোকে সামাজিক মাধ্যমত নিজৰ সন্তষ্টি প্ৰকাশৰে কেতবোৰ বিতৰ্কিত মন্তব্য কৰি আহিছে। এই সকল লোকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কঠোৰস্থিতি লোৱাৰ ইংগিত দিয়াৰ পিছতে মঙলবাৰৰ পৰা ৰাজ্যজুৰি আৰক্ষীয়ে অভিযান চলাই ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ১৫ জন লোকক ৷ যোৱা তিনিদিনত গ্ৰেপ্তাৰ কৰা মুঠ লোকৰ সংখ্যা ৩৪ জন

আজি মুখ্যমন্ত্ৰীয়ে ছ’চিয়েল মেডিয়াৰ জৰিয়তে আটকাধীন লোক কেইজনৰ নাম সদৰি কৰিছে I লোক কেইজন হ’ল ১.ৰফিজুল আলী (বঙাইগাঁও), ২.ফৰিদ উদ্দিন লস্কৰ (হাইলাকান্দি)
৩.ইনামুল ইছলাম (লখিমপুৰ),৪.ফিৰুজ আহমেদ ওৰফে পাপন (লখিমপুৰ), ৫.শ্বাহিল শ্বোমান ছিকদাৰ ওৰফে শ্বাহিদুল ইছলাম (বৰপেটা),৬.ৰকিবুল চুলতান (বৰপেটা),৭.নছিম আক্ৰাম (হোজাই),৮.তাছলিম আহমেদ (কামৰূপ) আৰু ৯.আব্দুৰ ৰোহিম মোল্লা ওৰফে বাপ্পী হুছেইন (দক্ষিণ ছালমাৰা ৷

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিলআৰয়ান জিচান আহমেদ ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম…

ByByMahesh MalakarDec 22, 2025
Scroll to Top