• Home
  • অপৰাধনামা
  • ৰৈ ৰৈ বিনালে” পাইৰেচী কৰি পানবজাৰ আৰক্ষী জালত লক্ষীপুৰৰ ৰফিকুল ইছলাম
Image

ৰৈ ৰৈ বিনালে” পাইৰেচী কৰি পানবজাৰ আৰক্ষী জালত লক্ষীপুৰৰ ৰফিকুল ইছলাম

হিয়াৰ আমঠু জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ ৰৈ ৰৈ বিনালে‘ মুকলি হোৱাৰ দিনৰে পৰা কথাছবি খন চাবলৈ হললৈ হিলদল ভাঙি আহে ওলাই আহে ৰাইজ ৷ ইতিমধ্যে অসমীয়া ছবি জগতৰ এক নতুন দিগন্ত সূচনা কৰি বক্স অফিচৰ সকলো ৰেকৰ্ড ভাঙি দেশৰ বিভিন্ন চলচ্চিত্ৰ গৃহতো সগৌৰৱে চলি আছে।

ইয়াৰ মাজতে এচাম দুষ্ট চক্ৰৰ দৰ্শক ৰূপে চলচ্চিত্ৰ গৃহত প্ৰৱেশ কৰি চিনেমা খন ম’বাইলত ৰেকৰ্ডিং কৰি পাইৰেচী কৰি আহিছে ৷ এই ক্ষেত্ৰত আৰক্ষীৰ লগতে জুবিন ফেন ক্লাবৰ কঠোৰস্থিতিৰ বাবেই ইজনৰ পিছত সিজনকৈ গ্ৰেপ্তাৰ হৈছে পাইৰেচী কৰা লোক ৷

মহানগৰীৰ পানবজাৰ চাইবাৰ আৰক্ষীৰ জালত পৰে গোৱালপাৰাৰ লক্ষীপুৰৰ ৰফিকুল ইছলাম নামৰ ইউটিউবাৰ এজন ৷ যুৱকজনে ইউটিউবত আপলোড কৰিছিল “ৰৈ ৰৈ বিনালে” ৷ ইতিমধ্যে আটকাধীন যুৱকজনক পাণবজাৰ চাইবাৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন স্থানত “ৰৈ ৰৈ বিনালে’ পাইৰেচী হৈ থকাৰ সন্দৰ্ভত গোচৰ ৰজু কৰিছিল প্ৰযোজকে।

Releated Posts

আজি মাঘী গণেশ চতুৰ্থী

আজি গণেশ চতুৰ্থী। পুৱাৰে পৰা সিদ্ধিদাতাৰ পূজা-অৰ্চনাৰ বাবে মন্দিৰে মন্দিৰে ভক্তৰ আগমণ। ৰাজ্যৰ গণেশ মন্দিৰসমূহত পুৱাৰে পৰা ভক্তৰ…

ByByMahesh Malakar Jan 22, 2026

আজি জুবিন গাৰ্গৰ অভিযুক্তৰ জামিন আবেদনৰ শুনানি

জুবিন গাৰ্গ নোহোৱা হোৱাৰ পাৰ হল ৪ টা মাহ আজি জুবিন গাৰ্গৰ অভিযুক্তৰ জামিন আবেদনৰ শুনানি আজি জামিন…

ByByMahesh Malakar Jan 22, 2026

শিখা শৰ্মাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল গৰিমা শইকীয়া গাৰ্গৰ

জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য কৰি বিপদত শিখা শৰ্মা বিতৰ্কিত শিখা শৰ্মাৰ বিৰুদ্ধে আইনৰ কাষ চাপিল গৰিমা শইকীয়া…

ByByMahesh Malakar Jan 19, 2026

প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোহোৱা হোৱাৰ সম্পূৰ্ণ হ’ল ৪ টা মাহ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোহোৱা হোৱাৰ সম্পূৰ্ণ হ’ল ৪ টা মাহ আজি পৰ্যন্ত ন্যায় পোৱা নাই প্ৰাণৰ শিল্পী…

ByByMahesh Malakar Jan 19, 2026
Scroll to Top