মালিগাঁৱৰ আদিংগিৰি পাহাৰত পুৰুষৰ মৃতদেহ উদ্ধাৰ।
এটা বস্তাৰ ভিতৰত উদ্ধাৰ মৃতদেহটো।
ঘটনাক লৈ সমগ্র অঞ্চলজুৰি চাঞ্চল্য।
দণ্ডাধীশৰ উপস্থিতিত বস্তাৰ পৰা উলিওৱা হয় মৃতদেহ।
কোনো লোকে হত্যা কৰি পেলাই দিয়াৰ সন্দেহ।
কালাপানী গাৰোবস্তিৰ দুৰ্গম এলেকাত এই ঘটনা।
ঘটনাস্থলীত উপস্থিত CIDৰ লগতে ফৰেনছিকৰ দল।
মৃতদেহটো নিৰুদ্দিষ্ট ইন্দ্ৰজিৎ চাংমাৰ বুলি সন্দেহ একাংশৰ।
মালিগাঁৱৰ আদিংগিৰি পাহাৰৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ।
মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ২ মূল অভিযুক্তক।
সুনীল মাৰাক আৰু বিকাশ মাৰাকক গ্ৰেপ্তাৰ।