উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ৰ নিচেই কাষৰ উত্তৰ ফুলুঙ ডেকাবাৰী গাঁৱত নিৰ্মাণ কৰি থকা হৈছে Academy দুখন । Academy দুখনৰ এখন হ’ব ফুটবল Academy আৰু আনখন হ’ব ক্ৰিকেট Academy
উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ প্ৰায় ৪০ বিঘা মাটিত নিৰ্মাণ কৰা হৈছে Academy দুখন ।
খেলুৱৈসকলৰ বাবে সকলোধৰণৰ সা-সুবিধা উপলব্ধ হ’ব Academy দুখনত ।
ল’ৰা আৰু ছোৱালীৰ বাবে থাকিব উন্নত মানদণ্ডৰ সুকীয়া সুকীয়া হোষ্টেল ।
থাকিব ছুইমিং পুল । সাজু হৈ উঠিছে পেভেলিয়ন । অসম ক্ৰিকেট সন্থাৰ দ্বাৰা “Cricket Academy”খন
আৰু Guwahati Town Clubৰ দ্বাৰা ” Football Academy”খন পৰিচালিত হ’ব ।
চলিত বছৰৰ শেষত নতুবা নতুন বছৰত শুভাৰম্ভ হ’ব Academy দুখন ।
