ৰাজ্যবাসীলৈ ভাল খবৰ দিলে চৰকাৰে,ৰাজ্যবাসীলৈ ভাল খবৰ দিলে চৰকাৰে…

ৰাজ্যত ১এপ্ৰিলৰ পৰা হ্রাস পাব বিদ্যুতৰ মাচুল,অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগে আনুষ্ঠানিকভাৱে কৰিলে ঘোষণা|১এপ্ৰিলৰ পৰা প্ৰযোজ্য হ’ব বিদ্যুতৰ নতুন নিৰিখ, প্রতি ইউনিটত ১ টকাকৈ হ্রাস পাব বিদ্যুৎ মাচুল| সাধাৰণ ঘৰুৱা গ্রাহক, জীৱনধাৰা আঁচনিৰ গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত ১ টকাকৈ হ্রাস,১২০ ইউনিটৰ তলত আৰু ওপৰত দুয়োটা কেটেগৰীতে প্রযোজ্য এই নিৰিখি|

সকলো গ্ৰাহকৰ বাবে প্রতি ইউনিটতত হ্রাস পাব ২৫ পইচাকৈ,বিদ্যুতৰ শুল্ক প্ৰতি ইউনিটত ১ টকাকৈ হ্রাস,গ্ৰীষ্মকাল আৰম্ভনিৰ পূৰ্বেই ৰাজ্যৰ কোটি কোটি জনতালৈ সকাহ,কৃষি, ঔদ্যোগিক আৰু বাণিজ্যিক শুল্ক প্রতি ইউনিটত ২৫ পইচাকৈ হ্রাস হ’ব|ৰাজ্যবাসীলৈ ভাল খবৰ দিলে চৰকাৰে|