ৰাজ্যত আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন।পুৱা ৭.৩০বজাৰ পৰা ৰাজ্যৰ ১৪খন জিলাত অনুষ্ঠিত ভোটগ্ৰহণ।জিলা পৰিষদৰ ২১৬খন আসনৰ বাবে প্রথম পৰ্যায়ৰ নিৰ্বাচন।১৪খন জিলাৰ আঞ্চলিক পঞ্চায়তৰ ১,১৩৮খন আসনৰ বাবে হৈছে ভোটগ্রহণ।দলীয় প্রতীকবিহীন ভাৱে ৱাৰ্ড পর্যায়ত অনুষ্ঠিত হৈছে নির্বাচন।১৪খন জিলাত ১২,৯১৬টা ভোট কেন্দ্ৰত হৈছে ভোটগ্রহণ।প্ৰথম পৰ্যয়াৰ নিৰ্বাচনত আছে ৪৪,৬৬,৯৮৪জন পুৰুষ ভোটাৰ।মহিলা ভোটাৰৰ সংখ্যা আছে ৪৪,৯৩,৪২৯গৰাকী মহিলা ভোটাৰ।তৃতীয় লিংগৰ ভোটাৰ আছে ১৬৪গৰাকী।
