ৰাইডাৰ ননী নহয়, এইবাৰ ৰুজি মুদৈৰ চুৰি হ’ল বাহন…

EMI শেষ হোৱাৰ এসপ্তাহৰ পিছতে চুৰি হ’ল স্কুটী । গুৱাহাটীৰ আমবাৰীৰ নবীন বড়ো পথৰ পৰা স্কুটী চুৰি । ৰুজি মুদৈ নামৰ যুৱতীগৰাকীৰ স্কুটীখন লৈ গ’ল চোৰে । পিতৃহীনা ৰুজিৰ উপাৰ্জনৰ একমাত্ৰ আহিলা আছিল স্কুটীখন। ফটাশিল আমবাৰী থানাই এতিয়াও উদ্ধাৰ কৰিব পৰা নাই স্কুটীখন।