ৰঙিয়া ৰে’ল ষ্টেচনত ড্ৰাগছসহ এজনক আটক৷

বিহাৰৰ বৈশালী জিলাৰ তুলসী চাহানীক আটক৷ ৰে’ল আৰক্ষীয়ে আটক কৰে ড্ৰাগছ সৰবৰাহকাৰীটোক৷ নামনিমুৱা লোকমান্য তিলক ৰে’লৰ পৰা আটক সৰবৰাহকাৰীটোক, নামনি মুৱা লোকমান্য তিলক ৰেলৰ নিয়মিয়া তালাচীত উদ্ধাৰ সন্দেহজনক ড্ৰাগছ । বদৰপুৰৰ পৰাই লোকমান্য তিলক ৰে’ল যোগে বিহাৰলৈ বুলি আহিছিল লোকজনে।

আটকাধীন লোকজনৰ পৰাই দহটা চাবোনৰ বাকচত ১১২গ্ৰাম সন্দেহযুক্ত ড্ৰাগছ জব্দ কৰে ৰে’ল আৰক্ষীয়ে।

জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ২২লক্ষাধিক টকা।