৩১ জানুৱাৰীৰ পৰা ৪ এপ্রিললৈ সংসদৰ বাজেট অধিৱেশন।

৩১ জানুৱাৰীৰ পৰা ৪ এপ্রিললৈ সংসদৰ বাজেট অধিৱেশন।

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে দাখিল কৰিব বাজেট।

ফেব্ৰুৱাৰীত দাখিল কৰিব মোদীৰ ৩য়টো কার্যকালৰ কেন্দ্রীয় বাজেট।

৩১ জানুৱাৰীত যৌথ সদনক সম্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।

অভিলেখ সৃষ্টি কৰি অষ্টমবাৰৰ বাবে বাজেট দাখিল কৰিব সীতাৰমণে।

বাজেট দাখিলৰ ক্ষেত্ৰত মোৰাজী দেশাইৰ অভিলেখ ভংগ কৰিব নির্মলা সীতাৰমণে।