২ আৰু ৭ মে’ত ৰাজ্যত চৰকাৰী বন্ধ ঘোষণা।পঞ্চায়ত নিৰ্বাচনৰ বাবে বন্ধ ঘোষণা।আজি বন্ধ ঘোষণা কাৰ্যালয়,বিদ্যালয়, মহাবিদ্যালয়।বন্ধ থাকিব ১৪খনকৈ জিলা ।কোন কোন জিলা থাকিব বন্ধ?প্রথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত ২ মে’ত।তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ,মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি,লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ,হাইলাকান্দি, শ্রীভূমি জিলাত নির্বাচন অনুষ্ঠিত।আজি প্রথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বন্ধ ঘোষণা।দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত ৭ মে’ত।ধুবুৰী, দক্ষিণ শালমাৰা-মানকাছাৰ, গোৱালপাৰা,বঙাইগাঁও, বৰপেটা, বজালী নলবাৰী, কামৰূপ, কামৰূপ (মেট্ৰ),হোজাই, নগাঁও, মৰিগাঁও, দৰং।৭ মে’ত দ্বিতীয় পর্যায়ৰ নিৰ্বাচনৰ বাবে বন্ধ ঘোষণা।
