সোণাপুৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ
অসম মেঘালয় সীমান্তৰ ১৪ মাইলৰ পৰা জব্দ ড্ৰাগছ খিনি
ঘটনা সন্দৰ্ভত বিকি লিংডো আৰু ৰিকি খাৰষ্টেইন নামৰ ড্ৰাগছ সৰবৰাহকাৰী দুজনক সোণাপুৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে
ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা ১২ গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰে
সৰবৰাহকাৰী দুজনৰ পৰা আৰক্ষীয়ে নগদ ধনসহ এখন বাইক এটা মোবাইল ফনো জব্দ কৰে
ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ ঘৰ মেঘালয়ৰ নংপোত বুলি জানিব পৰা গৈছে
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত