শিক্ষকৰ বদলিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা| ভৱিষ্যতে বিদ্যালয়ভিত্তিক হ’ব শিক্ষকৰ নিযুক্তি,নিযুক্তি পোৱা বিদ্যালয়তে কৰিব লাগিব ওৰে জীৱন চাকৰি|নিযুক্তি পোৱা বিদ্যালয়ৰ পৰা বদলি নহ’ব শিক্ষকৰ,

এজনীয়া শিক্ষক থকা বিদ্যালয়ৰ সমস্যা দূৰ কৰাৰ বাবে ব্যৱস্থা| বিদ্যালয়সমূহে নিজাববীয়াকৈ দিব পাৰিব শিক্ষক নিযুক্তিৰ বিজ্ঞাপন, মেধাৰ ভিত্তিতে দিয়া হ’ব শিক্ষক নিযুক্তি, টেট উত্তীৰ্ণৰ লগতে শিক্ষক নিযুক্তিত সকলো চর্ত প্রযোজ্য হ’ব, বিদ্যালয় ভিত্তিক নিযুক্তি হ’লে বদলিৰ সমস্যাও কমিব,গুণোৎসৱৰ ফলাফল ঘোষণাৰ মাজতে মুখ্যমন্ত্ৰীৰ মন্তব্য