মৰিগাঁওত বনৰীয়া ম’হৰ সন্ত্ৰাস।

মৰিগাঁওত বনৰীয়া ম’হৰ সন্ত্ৰাস। বনৰীয়া ম’হৰ আক্ৰমণত আহত এগৰাকী কলেজীয়া ছাত্ৰী । আহত ছাত্ৰী গৰাকী চিকিৎসাৰ বাবে ভৰ্ত্তি কৰা হয় মৰিগাঁও অসামৰিক চিকিৎসালয়ত । আজি কিছু দিন ধৰি মৰিগাঁওত সন্ত্ৰাস চলাই আহিছে বনৰীয়া ম’হে । মৰিগাঁওৰ নেউলাবড়ি সংঘটিত হৈছে এই ঘটনা ।