প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত হৈছিল ‘অপাৰেচন সিন্দূৰ’।ওৰে নিশা উজাগৰে আছিল প্ৰধানমন্ত্ৰী মোদী।মাত্ৰ ২৫ মিনিটত কেনেকৈ তচনচ কৰা হৈছিল পাকিস্তানৰ ঘাটি?।OPERATION SINDOORক লৈ ডাঙৰ খবৰ।পাকিস্তানৰ ভূমিত প্ৰায় ১০০ কিঃমিঃ ভিতৰত ভাৰতে সন্ত্ৰাসবাদীৰ ঘাটিত চলালে আক্ৰমণ।পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ দিলে ভাৰতে।ভাৰতীয় মহিলাৰ কপাল উকা কৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলা এই অভিযানৰ।নাম দিয়া হ’ল অপাৰেশ্যন সেন্দূৰ।নিশা ঠিক ১ বজাত প্ৰত্যাক্ৰমণ কৰিছিল ভাৰতে।আৰম্ভ হৈছে ভাৰতৰ সামৰিক অভিযান।তাৰ পাছতেই বন্ধ হয় মুজাফৰাবাদৰ বিদ্যুত সংযোগ।ব্লেক আউট হয় বিস্তীৰ্ণ অঞ্চল।
