মহাৰাষ্ট্ৰৰ অস্ত্ৰ-শস্ত্ৰ কাৰখানাত বিস্ফোৰণ : ৫ শ্ৰমিকৰ অৱস্থা সংকটজনক…

মহাৰাষ্ট্ৰৰ ভাণ্ডাৰাত শুকুৰবাৰে পুৱা সংঘটিত হৈছে এক অনাকাঙ্খিত ঘটনা। ভাণ্ডাৰাৰ সমীপৱৰ্তী এটা অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰা কাৰখানাত সংঘটিত বিস্ফোৰণৰ ফলত ৬জন শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ইয়াৰে ৫জন শ্ৰমিকৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। জীৱন- মৃত্যুৰ সৈতে যুঁজি আছে কাৰাখাটোৰ এই ৫ শ্ৰমিকে।