মহানগৰীৰ বীৰকুছিত এটা বন্যহস্তীৰ আৰ্তনাদ
বিগত ৫ মাহ ধৰি ভৰিত আঘাতপ্ৰাপ্ত হৈ আছে হাতীটো
আমচিং অভয়াৰণ্যৰ খাদ্য সন্ধানত ওলাই আহিছিল হাতীটো
হাতীটোৰ পাছফাল এটা ঠেং ফুলি গৈছে
যন্ত্ৰণাত চটফটাইছে ভৰিত আঘাতপ্ৰাপ্ত হাতীটো
বন বিভাগৰ লোকে হাতীটোক পৰ্যাপ্ত চিকিৎসা নকৰাৰ অভিযোগ
পৰ্যাপ্ত পৰিমাণ খাদ্য যোগানো ধৰা নাই বন বিভাগে
এই পৰ্যন্ত খবৰ নাই বিয়াগোম বন বিভাগৰ