৪ টা বছৰৰ পিছত আকৌ আহিছে ক’ভিড।দ্রুতগতিত বিয়পিছে ক’ভিড ভাইৰাছ।নতুন ভেৰিয়েন্টৰ লক্ষণ কি কি?মূৰৰ বিষ, কাঁহ, জ্বৰ, চৰ্দি, চকু ৰঙা পৰা,সঘনাই চকুৱে পানী উলোৱা, বুকুৰ বাওফালে বিষ, মূর্ছা যোৱা,বমি হোৱা, খাব মন নোযোৱা, টোপনি নহা,পিঠি বিষ, ভাগৰুৱা অনুভৱ কৰা, শ্বাস-প্ৰশাসত অসুবিধা,চিন্তা শক্তি কমি যোৱা, দুৰ্বল অনুভৱ, সঘনাই হাঁচি মৰা,গোন্ধ নোপোৱা ইত্যাদি লক্ষণে দেখা দিলেই কাষ চাপক চিকিৎসকৰ।এতিয়াই হওঁক সাৱধানতা।পুনৰ বতাহৰ দৰে বিয়পিছে ক’ভিডৰ নতুন ভেৰিয়েন্ট।
