প্রলোভনেৰে বহিঃৰাজ্যত বিক্ৰী কৰিবলৈ নিয়া ৩ কিশোৰীক উদ্ধাৰ কাছাৰ আৰক্ষীৰ
অভিযানত উদ্ধাৰ ৩ কিশোৰী ৰাজস্থানৰ পৰা ২ আৰু গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা এগৰাকী নাবালিকাক উদ্ধাৰ
নাৰী সৰবৰাহকাৰীৰে জড়িত এটা অভিযুক্তক গ্ৰেপ্তাৰ
৪ লাখ টকাৰে নাবালিকাক ক্ৰয় কৰিছিল ৰাজস্থানৰ এজন লোকে
নাবালিকাক বিয়া কৰোৱাৰ প্ৰলোভেনেৰে ৰাজস্থানলৈ নিছিল অভিযুক্তই
গ্ৰেপ্তাৰ কৰা অভিযুক্তজন ৰাজস্থানৰ ৪৯ বছৰীয়া লীলা ৰাম
ঘটনা সন্দৰ্ভত কাছাৰ আৰক্ষীৰ তদন্ত অব্যাহত