বিশ্বত উদ্বেগ জনক ভাৱে বৃদ্ধি পাইছে ব্ৰেইনষ্ট্ৰোকৰ সংখ্যা ।মানৱ জাতিক স্তম্ভিত কৰি বিশ্বত উদ্বেগ জনক ভাৱে ব্ৰেইন ষ্ট্ৰোকৰ সংখ্যা বৃদ্ধি পোৱাৰ তথ্য সদৰি কৰিছে ৰাজ্যৰ জ্যেষ্ঠ ডাঃ অমিত ৰঞ্জন বৰুৱাই ।উত্তৰ গুৱাহাটীত ব্ৰেইন ষ্ট্ৰোক ৰোগৰ ওপৰত বিশেষ কৰ্মশালা ,যুৱ প্ৰজন্মৰ মাজত বৃদ্ধি পোৱাত চিন্তাৰ বিষয় হৈ পৰিছে বুলি উদ্বিগ্নতা প্ৰকাশ কৰ্মশালাত।

উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান উত্তৰ গুৱাহাটীস্থিত জি এন আৰ চি হাস্পতালৰ চৌহদত আজি চিকিৎসালয় খনৰ উদ্যোগত বসন্তকালীন চিকিৎসা সম্পৰ্কীয় এই আলোচনা অনুষ্ঠিত হয় ।