বহিঃৰাজ্যত কাম কৰিবলৈ গৈ পুনৰ নিৰুদ্দেশ অসমৰ যুৱক৷ সন্ধানহীন যুৱকজন গোৰেশ্বৰৰ দলংদিয়াৰ ৰঞ্জন ডেকা৷ ব্যক্তিজনৰ সন্ধান পালে ৯৩৯৫৬-১৩৩৬৪ নম্বৰত যোগাযোগৰ আহ্বান৷ জ্যেষ্ঠ ভাতৃৰে গুজৰাটত একেলগে কাম কৰিছিল ৰঞ্জন ডেকাই৷