ইন্দ্রানী মুখার্জীৰ বিদেশ ভ্রমণত বাধা উচ্চতম ন্যায়ালয়ৰ
উচ্চতম ন্যায়ালৰ ন্যায়াধীশ এম সুন্দৰেশ আৰু ৰাজেশ বিন্দালৰ বিচাৰপীঠৰ নিষেধাজ্ঞা
বিচাৰপীঠৰ সন্দেহ বিদেশলৈ গৈ উভতি নাহিবও পাৰে ইন্দ্ৰানী মুখার্জী
কন্যা স্বীনা বৰা হত্যাৰ গোচৰত বিচাৰাধীন ইন্দ্রানী মুখার্জী
প্রথমে বোম্বে উচ্চ ন্যায়ালয়ে ইন্দ্ৰানী মুখার্জীৰ বিদেশ ভ্রমণৰ আবেদন খাৰিজ কৰিছিল
তাৰ পিছতেই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল ইন্দ্রানী মুখার্জী
উচ্চতম ন্যায়ালয়েও খাৰিজ কৰিলে বিদেশ ভ্ৰমণৰ বাবে ইন্দ্ৰাণী মুখাৰ্জীৰ আবেদন