নাজিৰা পাতঘৰ চাৰিআলিত শিলৰ ক্ৰেচাৰত ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ।

নাজিৰা পাতঘৰ চাৰিআলিত শিলৰ ক্ৰেচাৰত ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ।

শিলৰ ক্ৰেচাৰ ডাষ্টত পোত গৈ থকা অৱস্থাত উদ্ধাৰ দিপালী আগৰিয়া নামৰ এগৰাকী ছাত্ৰীৰ মৃতদেহ।

গেলেকী ত্ৰিবেণী হাইস্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী আছিল দিপালী আগৰিয়া ।

যোৱা তিনিদিন ধৰি সন্ধানহীন হৈ আছিল ছাত্ৰী গৰাকী।

ছাত্ৰী গৰাকীৰ ঘৰ মেঠনচোৱাৰ উৰিয়া বস্তিত।