ঘুচিয়াই ঘুচিয়াই ৬০ বছৰীয়া এজন লোকক হত্যা
আবুল হুছেইন নামৰ লোকজনক হত্যা
মজনুৰ ওৰফে ডালে নামৰ লোকজনে হত্যা কৰাৰ অভিযোগ
পলাতক হত্যাকাৰী মজনুৰ ওৰফে ডালেক আটক আৰক্ষীৰ
হত্যাকাণ্ডৰ পাছতে পলায়ন কৰিছিল মজনুৰ ওৰফে ডালেই
প্রেমজনিত কাৰণতে লোকজনক হত্যা কৰাৰ সন্দেহ