কাঠ কাটি থকাৰ সময়তে সংঘটিত এই ঘটনা।
মৃত শ্ৰমিকজন মনোৱাৰ হুছেইন বুলি জানিব পৰা গৈছে, মনোৱাৰ হুছেইনৰ বয়স ৩২ বছৰ বুলি জানিব পৰা গৈছে। অসাৱধানৱশতঃ মেচিনৰ ব্লেডত পিছলি পৰে শ্ৰমিকজন। এই ঘটনাৰ পিছতে সমগ্র অঞ্চলজুৰি তীব্র চাঞ্চল্যই বিৰাজ কৰিছে