ধিং ধ**ণ কাণ্ডৰ তিনি ধ**ণকাৰীৰ ফাঁচীৰ দাবীত বেচামাৰীত উত্তাল প্ৰতিবাদ ।

◆ধিঙৰ জঘন্য ধৰ্ষণ কাণ্ডৰ ধৰ্ষণকাৰীৰ ফাঁচীৰ দাবীত বেচামাৰীত উত্তাল প্ৰতিবাদ।
◆ধিঙৰ বেচামাৰীৰ সকলো বিদ্যালয় বন্ধ কৰি সমদল উলিয়াই ছাত্ৰ-ছাত্ৰীয়ে কঁপাইছে ৰাজপথ।
◆ধৰ্ষণকাৰীক অতি সোনকালে কৰায়ত্ব কৰি ফাঁচী দিয়াৰ দাবীত উত্তাল বেচামাৰী।
◆ধিঙৰ লগতে বেচামাৰী বজাৰো সম্পূৰ্ণৰূপে বন্ধ থাকে।
◆বেচামাৰীৰ প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত ।
ধিং কাণ্ডক লৈ ‘X’যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া । DGPক ঘটনাস্থলীলৈ যাবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ । দোষীৰ বিৰুদ্ধে তাত্ক্ষণিক ব্যৱস্থা লোৱাৰ নিৰ্দেশ। দুষ্কৃতিকাৰীক কোনোকাৰণতে ৰেহাই নিদিও বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। ঘটনাৰ ন্যায়ৰ আশ্বাস দিলে মুখ্যমন্ত্ৰীয়ে।