দুধৰ্ষ চোৰ, আৰক্ষীৰ মষ্ট ৱান্টেড মন্দিপ কোঁৱৰ ওৰফে ৰহান বশিষ্ঠ আৰক্ষীৰ জালত…

কইনাধাৰাৰ পৰা চুৰি হোৱা বাহনসহ ২৪ ঘণ্টাৰ ভিতৰতে গুৱহাটীৰ সোণাপুৰৰ পৰা গ্ৰেপ্তাৰ ধৃত মন্দিপ কোঁৱৰক

বশিষ্ঠ থানাৰ অ.চি কপিল পাঠকৰ নেতৃত্বত চলিছিল অভিযান

গুৱাহাটীৰ ভিন্ন স্থানৰ পৰা গাড়ী চুৰি কৰি অহাৰ অভিযোগ মন্দিপ কোঁৱৰৰ বিৰূদ্ধে