তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ গৌৰীপুৰ গাঁৱত ভ*য়ং*ক*ৰ অ*গ্নি*কা*ণ্ড…

তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ গৌৰীপুৰ গাঁৱত ভ*য়ং*ক*ৰ অ*গ্নি*কা*ণ্ড ।গৌৰীপুৰ গাঁৱৰ সঞ্জয় যাদৱ নামৰ এজন লোকৰ বাসগৃহত সংঘটিত হয় এই অ*গ্নি*কা*ণ্ড ।অ*গ্নি*কা*ণ্ড*ত সঞ্জয় যাদৱ নামৰ লোকজনৰ দোকান গৃহৰ লগতে বাসগৃহ সম্পূৰ্ণৰূপে জু*ই*ত জাহ যায় ।লোকজনে প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মাণৰ বাবে লাভ কৰা ৩,২৫০০ টকা সম্পূৰ্ণৰূপে জ্ব*লি যোৱাৰ লগতে অনান্য ধন-সম্পত্তি তথা সামগ্ৰী সমূহো জু*ই*ত জাহ যায় ।

স্থানীয় লোকসকলে জু*ই নিৰ্বাপনৰ চেষ্টা চলাই যদিও অ*গ্নি*কা*ণ্ড*ত লোকজনৰ দোকান গৃহৰ লগতে বাসগৃহ জাহ যায় ।দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালটোৰ বাসগৃহত সংঘটিত হোৱা এই অ*গ্নি*কা*ণ্ড*ৰ ঘটনাৰ পাছতেই চিন্তিত হৈ পৰিছে দৰিদ্ৰ পৰিয়ালটো।