তিনিচুকীয়াৰ মাকুম পথত ভয়াৱহ অগ্নিকাণ্ড…

অগ্নিকাণ্ডত বিস্ফোৰিত কেইবাটাও চিলিণ্ডাৰ

দীনেশ পাণ্ডে নামৰ এজনৰ বাসগৃহত জুইৰ সূত্রপাত। ৪খনকৈ অগ্নিনির্বাপক বাহিনীৰ গাড়ীয়ে নির্বাপন কৰে জুই। জানিব পৰা হোৱা নাই ক্ষয়-ক্ষতিৰ পৰিমাণ । শ্বৰ্ট চাৰ্কিটৰ ফলতেই জুইৰ সূত্রপাত হোৱাৰ সন্দেহ।